মহানগৰীত পুনৰ চুৰিকাণ্ড,

- মহানগৰীত পুনৰ চুৰিকাণ্ড।
- মঙলবাৰে নিশা সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা।
- চুৰিকাণ্ডৰ সমগ্র দৃশ্য বন্দী CCTV কেমেৰাত।
- বিষ্ণুৰাভা পথৰ ঘোঁৰামৰাত দুখনকৈ ব্যৱসায়িক প্রতিষ্ঠানত এই চুৰিকাণ্ড।
- ডি ডি মাৰ্ট, শ্রী শ্যাম গেজেট নামৰ ব্যৱসায়ীক প্রতিষ্ঠানত চুৰিকাণ্ড।
- টিন কাটি চিলিং ভাঙি চোৰে চলালে লুট।
- দুখন ব্যৱসায়ীক প্রতিষ্ঠানৰ পৰা চোৰে লুটিলে নগদ ধন আৰু মোবাইল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/6lL2Qyj
via IFTTT
Comments
Post a Comment