বিজেপি নেতাৰ বাহনলৈ গুলী…

- পশ্চিম বংগত বিজেপি নেতালৈ লক্ষ্য কৰি গুলীবৰ্ষণ।
- ৰাজ্যখনত উপনিৰ্বাচনৰ পূৰ্বে বৃদ্ধি পাইছে হিংসাত্মক ঘটনা।
- দুৰ্বৃত্তই গুলীবৰ্ষণ কৰি পলায়ন কৰে উক্ত স্থানৰ পৰা।
- বিজেপি নেতা জিতেন চেতাৰ্জীৰ বাহনত এই আক্ৰমণ।
- এই আক্ৰমণত কথামপি প্ৰাণ ৰক্ষা পৰে বিজেপি নেতাগৰাকীৰ।
- দেওবাৰে সন্ধিয়া প্ৰায় ৭বজাত সংঘটিত হয় এই ঘটনা।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/lzapDU0
via IFTTT
Comments
Post a Comment