ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল মহিলাৰ…

  • মৰিয়নিৰ চেলেংহাটত পথ দুৰ্ঘটনা।
  • চেলেংহাটৰ পদুমনি ধোদৰ আলিত ডাম্পাৰৰ খুন্দাত পদ্মা বাউৰী নামৰ এগৰাকী মহিলা নিহত।
  • দুৰ্ঘটনাৰ পাছতে আমগুৰি দিশে পলায়ন কৰে ডাম্পাৰখন।
  • নিহত মহিলা গৰাকীৰ ঘৰ বৈছাহাবি চাহ বাগিছাৰ বাউৰী লাইনত বুলি জানিব পৰা গৈছে।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Uq9W0ea
via IFTTT

Comments