দেওবাৰে খোলা থাকিব পৰিবহণ বিষয়াৰ কাৰ্যালয়!

- দেওবাৰে খোলা থাকিব ২খন জিলাৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়।
- কামৰূপ আৰু যোৰহাটৰ পৰিবহণ বিষয়াৰ কাৰ্যালয় খোলা থাকিব।
- ৰাজহ সংগ্ৰহৰ বাবে খোলা ৰখা হ’ব দুয়োটা কাৰ্যালয়।
- সকলো লোকে জমা দিব কৰিব পাৰিব ৰাজহ।
The post দেওবাৰে খোলা থাকিব পৰিবহণ বিষয়াৰ কাৰ্যালয়! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2V5PBnS
via IFTTT
Comments
Post a Comment