আমেৰিকাত ভয়ংকৰ পথ দুৰ্ঘটনা, ভাৰতীয় চিকিৎসকসহ নিহত ২…

  • আমেৰিকাৰ ছিকাগ’ত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • এখন নীলা ভক্সৱেগন আৰু হোণ্ডা বাহনৰ মাজত সংঘৰ্ষ।
  • দুৰ্ঘটনাত থিতাতে নিহত ২জন আৰু আহত ৩জন।
  • নিহতৰ ভিতৰত আছিল এজন ভাৰতীয় দন্ত চিকিৎসক।
  • মৃত ভাৰতীয় নাগৰিকজনৰ নাম অৰ্চদ মহম্মদ।
  • মহম্মদৰ ঘৰ হায়দৰাবাদত বুলি জানিব পৰা গৈছে।

The post আমেৰিকাত ভয়ংকৰ পথ দুৰ্ঘটনা, ভাৰতীয় চিকিৎসকসহ নিহত ২… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OEEJLq
via IFTTT

Comments