বিহাৰত লাইনচ্যুত যাত্ৰীবাহী ৰেল, আহত ৪

- দেওবাৰে পুৱা বিহাৰত লাইনচ্যুত হয় যাত্ৰীবাহী ৰে’ল।
- চাপ্ৰাৰ গৌতম আস্থানৰ সমীপত তাপ্তি-গংগা এক্সপ্ৰেছ লাইনচ্যুত।
- ৰেলখনৰ ১০টাকৈ দবা লাইনচ্যুত হয়।
- ৪জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত।
- আহত কেইজনক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ।

The post বিহাৰত লাইনচ্যুত যাত্ৰীবাহী ৰেল, আহত ৪ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2U7tWzj
via IFTTT
Comments
Post a Comment