জম্মু-কাশ্মীৰত চাৰ্ভিছ পিষ্টলেৰে আৰক্ষী জোৱানৰ আত্মহত্যা…

- জম্মু-কাশ্মীৰত আৰক্ষী জোৱানৰ গুলীচালনা।
- দেওবাৰে শ্ৰীনগৰত ভাৰত-তীব্বত সীমা আৰক্ষী জোৱানৰ আত্মহত্যা।
- চাৰ্ভিছ পিষ্টলেৰে গুলীয়াই আত্মহত্যা।
- বৰ্তমানলৈ জানিব পৰা হোৱা নাই আত্মহননৰ কাৰণ।
- আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
The post জম্মু-কাশ্মীৰত চাৰ্ভিছ পিষ্টলেৰে আৰক্ষী জোৱানৰ আত্মহত্যা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2UjKC5P
via IFTTT
Comments
Post a Comment