গুজৰাটৰ ৪ সংসদী সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ বিজেপিৰ…

- লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত সকলো ৰাজনৈতিক দল।
- বিজেপিয়ে প্ৰকাশ কৰে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা।
- গুজৰাটৰ ৪টা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ।
- লগতে তালালা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ নামো প্ৰকাশ কৰে বিজেপিয়ে।
The post গুজৰাটৰ ৪ সংসদী সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ বিজেপিৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2WxFLLJ
via IFTTT
Comments
Post a Comment