দুৰ্বৃত্তৰ গুলীচালনাত গুৰুতৰভাৱে আহত জে ডি (ইউ) নেত্ৰীৰ স্বামী…

- ছিৱানীত ২ অচিনাকী দুৰ্বৃত্তৰ গুলীচালনাত গুৰুতৰভাৱে আহত ত্ৰিভূৱন তিৱাৰী।
- আহত ত্ৰিভূৱন তিৱাৰী জে ডি (ইউ)ৰ জিৰাদেই ব্ল’কৰ মুৰব্বী পুষ্পা দেৱীৰ স্বামী।
- দেওবাৰে পুৱা সংঘটিত হয় এই ঘটনা।

- আৰক্ষীয়ে জনোৱা মতে, পুৱা প্ৰাতঃভ্ৰমণলৈ গৈ থকা অৱস্থাত তিৱাৰীৰ ওপৰত চলে আক্ৰমণ।
- স্থানীয় হাস্পতালত প্ৰাথমিক চিকিৎসাৰ কৰাৰ পাছত তেওঁক পাটনালৈ প্ৰেৰণ কৰা হৈছে।
The post দুৰ্বৃত্তৰ গুলীচালনাত গুৰুতৰভাৱে আহত জে ডি (ইউ) নেত্ৰীৰ স্বামী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2CLQMln
via IFTTT
Comments
Post a Comment