পুত্ৰসহ আহমেদাবাদত বিজয় সংকল্প সভাত উপস্থিত বিজেপি ৰাষ্ট্ৰীয় সভাপতি…

- আহমেদাবাদত বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ নেতৃত্বত ৰ’ড শ্ব’।
- ৰ’ড শ্ব’ৰ পূৰ্বে শ্বাহে অংশগ্ৰহণ কৰিছিল বিজয় সংকল্প সভাত।
- অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহো উপস্থিত থাকে এই সভাত।

- অমিত শ্বাহে গান্ধীনগৰ লোকসভা সমষ্টিৰপৰা কৰিব প্ৰতিদ্বন্দ্বিতা।
- নিৰ্বাচনৰ পূৰ্বে এনেদৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিজেপি ৰাষ্ট্ৰীয় সভাপতি গৰাকী।

The post পুত্ৰসহ আহমেদাবাদত বিজয় সংকল্প সভাত উপস্থিত বিজেপি ৰাষ্ট্ৰীয় সভাপতি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OAfxFJ
via IFTTT
Comments
Post a Comment