মহানগৰীত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ বিক্ষোভ…

- মহানগৰীত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ বিক্ষোভ।
- ৰন্ধন কৰ্মীক ৫ হাজাৰ টকাকৈ মাননী প্ৰদানৰ দাবীত প্ৰতিবাদ।
- বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ মহিলা কৰ্মীসকলৰ।
- আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ৰন্ধন কৰ্মীৰ।
- মধ্যাহ্ন ভোজনৰ দায়িত্ব ব্যক্তিগত খণ্ডক গতোৱাৰ বিৰোধিতা।
The post মহানগৰীত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ বিক্ষোভ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FF1Q4b
via IFTTT
Comments
Post a Comment