আমেঠি আৰু বায়নাডৰ পৰা নিৰ্বাচন খেলিব কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে…

- কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে দুটা সংসদীয় সমষ্টিত আগবঢ়াব প্ৰতিদ্বন্দ্বিতা।
- কেৰালাৰ বায়নাড আৰু আমেঠি লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে।
- কংগ্ৰেছে দেওবাৰে ঘোষণা কৰে এই কথা।
- দক্ষিণ ভাৰতৰ পৰা ৰাহুল গান্ধীয়ে লোকসভা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰাৰ দাবী উত্থাপন কৰিছিল দলটোৱে।
- ৰাহুল গান্ধীৰ আমেঠিবাসীৰ সৈতে এক সু-সম্পৰ্ক থকা বুলি মন্তব্য কংগ্ৰেছ প্ৰবক্তা ৰণদীপ সুৰজেৱালাৰ।
The post আমেঠি আৰু বায়নাডৰ পৰা নিৰ্বাচন খেলিব কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2WFrg8V
via IFTTT
Comments
Post a Comment