নতুনত্ব নাই! মৰাণত কি ক’লেনো মোডীয়ে…

  • মৰাণৰ নিৰ্বাচনী সভাত ভাষণ সামৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে।
  • প্ৰায় ২১ মিনিট সময় সম্বোধন কৰিলে মোডীয়ে।
  • বিজেপি দুই প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু তপন গগৈৰ হৈ চলালে প্ৰচাৰ।
  • মোডীৰ ভাষণত নাছিল কোনো নতুনত্ব।
  • অনুপ্ৰৱেশকাৰীক বিতাড়নৰ বাবে ব্যৱস্থা গ্ৰহণৰ কথা কলে মোডীয়ে।
  • বালাকোটৰ প্ৰসংগ উল্লেখ কৰে মোডীয়ে।
  • ঘৰত সোমাই সন্ত্ৰাসবাদীক নিধন কৰিছে এই চৰকাৰে।
  • মহাকাশৰ সফলতাৰ কথাও মোডীয়ে দোহাৰিলে।
  • মোডীয়ে ক’লে- বিজেপি চৰকাৰৰ কাম দেখি শংকিত কংগ্ৰেছ।
  • চাহ শ্ৰমিকলৈ আৰ্থিক সুবিধা দিয়াৰ কথা উল্লেখ।
  • চাহ শ্ৰমিকক বিনামূলীয়া  চাহ আৰ নিমখ দিছে মোডীয়ে।
  • চাহৱালাইহে চাহ শ্ৰমিকৰ যন্ত্ৰণাৰ কথা বুলি পাই বুলি উল্লেখ মোডীৰ।
  • ৰাজধানী এক্সপ্ৰেছক মৰাণৰ সৈতে দিল্লীৰ সংযোগ স্থাপন কৰিছে।
  • অহা ৫ বছৰত ২৫ বছৰৰ কাম কৰিব বুলি উল্লেখ।
  • প্ৰতিশ্ৰুতি সম্পূৰ্ণ নোহোৱালৈ বিশ্ৰাম নলওঁ বুলি ক’লে মোডীয়ে।

The post নতুনত্ব নাই! মৰাণত কি ক’লেনো মোডীয়ে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2TM0klK
via IFTTT

Comments