লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত খহনীয়া

- লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত খহনীয়া।
- কংগ্ৰেছৰ পৰা পদত্যাগ জ্যেষ্ঠ নেতা নেত্ৰৰঞ্জন মহন্তৰ।
- হোজাই জিলা কংগ্ৰেছৰ বাবে নেতাজনৰ খহনীয়াই পেলাব প্ৰস্তাৱ।
- লামডিং ব্লক কংগ্ৰেছৰ সভাপতি আছিল মহন্ত।
- ব্লক কংগ্ৰেছৰ সভাপতি আৰু দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ।
- উল্লেখ্য যে, ২০১৬ চনৰ লোকসভা নিৰ্বাচনত লামডিঙৰ কংগ্ৰেছৰ প্ৰাৰ্থী আছিল তেওঁ।
- হোজাই জিলা কংগ্ৰেছৰ সভাপতি অৰ্ধেন্দু কুমাৰ দে’লৈ নেতাজনে প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ।
The post লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত খহনীয়া appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2U85GNa
via IFTTT
Comments
Post a Comment