গহপুৰত কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে…

  • মৰাণৰ দৰে গহপুৰতো অসমীয়াতে ভাষণ আৰম্ভ কৰিলে মোডীয়ে।
  • স্বাধীনতা আন্দোলনৰ বীৰ-বীৰাংগনাক সোঁৱৰণ প্ৰধানমন্ত্ৰীৰ।
  • নিষ্ঠাৰে অসমবাসীক সেৱা কৰিবলৈ চেষ্টা কৰা বুলি মন্তব্য মোডীৰ।
  • দেশক আগুৱাই নিবলৈ আৰু বহু কাম কৰাৰ প্ৰয়োজন আছে বুলি ক’লে মোডীয়ে।
  • গহপুৰতো বালাকোটৰ আক্ৰমণৰ প্ৰসংগ উলিয়ালে প্ৰধানমন্ত্ৰীয়ে।
  • প্ৰথমবাৰৰ বাবে ঘৰত সোমাই সন্ত্ৰাসবাদীক চলালে আক্ৰমণ।
  • ৰাইজৰ আশীৰ্বাদৰ বাবে এয়া সম্ভৱ হোৱা বুলি মন্তব্য মোডীৰ।
  • ভাষণত লাচিত বৰফুকনক স্মৰণ কৰিলে মোডীয়ে।
  • লাচিত বৰফুকনৰ ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ বাক্যশাৰী আওঁৰালে মোডীয়ে।

The post গহপুৰত কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2I1P0Qu
via IFTTT

Comments