গহপুৰত উপস্থিত হ’লগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

- গহপুৰ পালেগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
- কিছু সময় পাছতেই সম্বোধন কৰিব নিৰ্বাচনী সভা।
- যথেষ্ট লোক উপস্থিত আছে এই নিৰ্বাচনী সভাত।
- মৰাণৰ পৰা পোনে পোনে তেওঁ আহিছে গহপুৰলৈ।
- বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ।
The post গহপুৰত উপস্থিত হ’লগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FGb0gM
via IFTTT
Comments
Post a Comment