পুলৱামাত সন্ত্ৰাসবাদীৰ গ্ৰেণেড নিক্ষেপ…

- জম্মু-কাশ্মীৰৰ পুলৱামাত গ্ৰেণেড নিক্ষেপ।
- পুলৱামা এছ বি আই শাখাৰ সমীপত গ্ৰেণেড নিক্ষেপ সন্ত্ৰাসবাদীৰ।
- ঘটনাস্থলীত উপস্থিত হয় নিৰাপত্তাৰক্ষী।
- তদন্ত অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে।
- বৰ্তমানলৈ কোনো লোক হতাহত হোৱা নাই।
The post পুলৱামাত সন্ত্ৰাসবাদীৰ গ্ৰেণেড নিক্ষেপ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JNrB7B
via IFTTT
Comments
Post a Comment