আজি খোলা থাকিব সকলো বেংক

  • দেওবাৰে খোলা থাকিব সকলো বেংক।
  • সকলো বেংক খোলা ৰাখিবলৈ ৰিজাৰ্ভ বেংকে জাৰি কৰিছে নিৰ্দেশ।
  • দেওবাৰ অর্থাৎ ৩১ মাৰ্চ চলিত বিত্তীয় বৰ্ষৰ অন্তিমটো দিন।
  • ৩১ মাৰ্চৰ দিনটোত যথেষ্ট লেন-দেন হয় বেংকত।
  • দেওবাৰ হোৱাৰ বাবে বেংক খোলা ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে ৰিজাৰ্ভ বেংকে।
  • বেংক কৰ্তৃপক্ষক বেংকৰ শাখাসমূহ খোলা ৰাখিবৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।

The post আজি খোলা থাকিব সকলো বেংক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2uytJpD
via IFTTT

Comments