আন্তঃৰাষ্ট্ৰীয় বক্সিঙত স্থান লাভ অসম সন্তান ইমদাদ হুছেইনৰ

  • ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত ভাল খবৰ।
  • জুনিয়ৰ বক্সাৰ ইমদাদ হুছেইনে কঢ়িয়াইছে এই ভাল খবৰ।
  • জুনিয়ৰ বক্সাৰ ইমদাদ হুছেইনে বুলগেৰিয়াত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় বক্সিঙত ভাৰতীয় দলৰ হৈ অংশ লোৱাৰ বাবে লাভ কৰিছে সুযোগ।
  • ৩১ মাৰ্চৰ পৰা বুলগেৰিয়াত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় বক্সিঙ।

The post আন্তঃৰাষ্ট্ৰীয় বক্সিঙত স্থান লাভ অসম সন্তান ইমদাদ হুছেইনৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2I2IBVe
via IFTTT

Comments