এমছেট উপগ্ৰহসহ ২৮টা আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম উপগ্ৰহ উত্ক্ষেপণৰ বাবে প্ৰস্তুত ইছৰ’

- দেওবাৰে ইছৰ’ই মহাকাশলৈ উত্ক্ষেপণ কৰিব নতুন উপগ্ৰহ।
- উত্ক্ষেপণ কৰা হ’ব এমছেট উপগ্ৰহসহ ২৮টা আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম উপগ্ৰহ।
- শ্ৰীহৰিকোটৰ সতীশ ধৱন মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা উত্ক্ষেপণ কৰা হ’ব উপগ্ৰহকেইটা।
- এই কাৰ্যৰ বাবে ইতিমধ্যে সাজু কৰা হৈছে সকলো।
- উত্ক্ষেপণৰ বাবে সাজু কৰা ২৮টা উপগ্ৰহৰ ভিতৰত আছে লিথুৱানিয়া, স্পেইন, ছুইজাৰলেণ্ড আৰু আমেৰিকাৰ কৃত্ৰিম উপগ্ৰহো।
The post এমছেট উপগ্ৰহসহ ২৮টা আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম উপগ্ৰহ উত্ক্ষেপণৰ বাবে প্ৰস্তুত ইছৰ’ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OIaLGp
via IFTTT
Comments
Post a Comment