বিশ্বাখাপট্টনমত উপস্থিত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…

  • বিশ্বাখাপট্টনমত উপস্থিত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।
  • এক নিৰ্বাচনী ৰেলীত অংশগ্ৰহণৰ উদ্দেশ্যে উপস্থিত বেনাৰ্জী।
  • অন্ধ্ৰপ্ৰদেশ মুখ্যমন্ত্ৰী তথা টিডিপি মুৰব্বী এন চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত এই ৰেলী।
  • কিছু সময়ৰ পাছত আৰম্ভ হ’ব এই নিৰ্বাচনী ৰেলী অনুষ্ঠান।

The post বিশ্বাখাপট্টনমত উপস্থিত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2V6ko3L
via IFTTT

Comments