কেতিয়া ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল…

- নিশাৰ পৰিৰ্ৱতে দিনতে ঘোষণা কৰাা হ’ব মেট্ৰিকৰ ফলাফল।
- পৰীক্ষামূলকভাৱে লৈছিল মাজনিশা ফলাফল ঘোষণাৰ সিদ্ধান্ত।
- অসুবিধাৰ উমান পোৱাৰ পাছতে সলনি কৰিলে এই সিদ্ধান্ত।
- ১৫ ৰ পৰা ২০ মে’ৰ ভিতৰত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল।
- ৭ এপ্ৰিলত সম্ভৱ হ’ব পৰীক্ষা বহী মূল্যায়নৰ কাম।
- দিনৰ ১ বজাৰ ভিতৰতে শিক্ষাৰ্থীয়ে লাভ কৰিব মাৰ্কশ্বীট।
The post কেতিয়া ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YJVycq
via IFTTT
Comments
Post a Comment