কানাড়া বেংকৰ বিষয়াক আক্ৰমণ গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ

  • মঙলদৈত কানাড়া বেংকৰ বিষয়াক আক্ৰমণ।
  • দলগাঁৱত গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ।
  • ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
  • বেংক বিষয়াগৰাকীয়ে ঋণ আদায় কৰিবলৈ যাওঁতে সংঘটিত হৈছে এই ঘটনা।
  • শিয়ালমাৰীৰ আব্দুল হক নামৰ লোকজনৰ আক্ৰমণত গুৰুতৰভাৱে আহত বেংক বিষয়াগৰাকী।
  • আহত বেংক বিষয়াগৰাকীৰ নাম আনন্দ কুমাৰ।
  • আমছুৰ নেতৃত্বই ঘটনাস্থলীৰ পৰা বিষয়াগৰাকীক উদ্ধাৰ কৰে।

 

The post কানাড়া বেংকৰ বিষয়াক আক্ৰমণ গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2TND4Us
via IFTTT

Comments