ইণ্ডিয়ান অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈৰ সাফল্য

  • ইণ্ডিয়ান অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈৰ সাফল্য।
  • ফাইনেলত ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্ৰীকান্ত।
  • ইফালে মেগা প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলৰ পৰাই বিদায় পি ভি সিন্ধু আৰু পাৰুপলি কাশ্যপৰ।
  • দিল্লীত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত শ্ৰীকান্ত মুখামুখি হ’ব ডেনমাৰ্কৰ ভিক্টৰ এক্সেলছেনৰ।

The post ইণ্ডিয়ান অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈৰ সাফল্য appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FLVbqg
via IFTTT

Comments