মৰাণৰ নিৰ্বাচনী সভা শেষ কৰি গহপুৰ দিশে প্ৰধানমন্ত্ৰী…

  • মৰাণৰ পৰা গহপুৰ দিশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • গহপুৰত আন এখন নিৰ্বাচনী সভাত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে।
  • তেজপুৰ সমষ্টি বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ।
  • ইয়াৰ পূৰ্বে অৰুণাচল আৰু মৰাণত অংশ লৈছিল দুখন নিৰ্বাচনী সভাত।

The post মৰাণৰ নিৰ্বাচনী সভা শেষ কৰি গহপুৰ দিশে প্ৰধানমন্ত্ৰী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YASaAv
via IFTTT

Comments