পুত্ৰই টিকট নোপোৱা বাবে দলত্যাগ বিজেডি নেতাৰ…

- অৰ্জুন চৰণ ছেঠীয়ে ত্যাগ কৰে বিজু জনতা দল।
- তেওঁৰ পুত্ৰ অভিমন্যু ছেঠীয়ে দলৰ পৰা টিকট নোপোৱা বাবে ল’লে এই সিদ্ধান্ত।
- অভিমন্যু ছেঠীয়ে ত্যাগ কৰে বি জে ডি।
- অৰ্জুন চৰণ ছেঠী আৰু তেওঁৰ পুত্ৰই শনিবাৰে যোগ দিয়ে বিজেপিত।
The post পুত্ৰই টিকট নোপোৱা বাবে দলত্যাগ বিজেডি নেতাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OzRx5J
via IFTTT
Comments
Post a Comment