উত্তৰ গুৱাহাটীৰ GNRCত নিৰ্লজ্জ কাণ্ড, ৰোগীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা হাস্পতালৰ কৰ্মচাৰীৰ

- উত্তৰ গুৱাহাটী GNRC মেডিকেলত নিৰ্লজ্জ কাণ্ড ।
- হাস্পতালৰ কৰ্মচাৰীৰ কামনাৰ বলি ICU চিকিৎসাধীন ৰোগী ।
- চিকিৎসাৰ চলেৰে ৰোগীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা লম্পট চানমহম্মদ আলী নামৰ স্বাস্থ্যকৰ্মী গৰাকীৰ ।
- নিশাৰ ভিতৰত তিনিবাৰকৈ যৌন নিৰ্যাতন কৰাৰ অভিযোগ ১৩ বছৰীয়া ৰোগীয়া কিশোৰী গৰাকীক ।
- ICUৰ মহিলা কক্ষত নাছিল কোনোধৰনৰ মহিলা স্বাস্থ্যকৰ্মী ।
- যৌন নিৰ্যাতনকাৰী লম্পট চানমহম্মদ আলীক আটক উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষীৰ ।
- ICU কক্ষৰ বিদ্যুত সংযোগ ব্যাহত কৰি উপৰ্যুপৰি যৌন নিৰ্যাতন চলাইছিল কিশোৰী গৰাকীক ।
- ভুক্তভোগী কিশোৰীৰ মৰণকাতৰ চিঞৰত উপস্থিত হৈছিল অভিভাৱক।
The post উত্তৰ গুৱাহাটীৰ GNRCত নিৰ্লজ্জ কাণ্ড, ৰোগীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা হাস্পতালৰ কৰ্মচাৰীৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YCuprz
via IFTTT
Comments
Post a Comment