হাটশিঙিমাৰীৰ বেপাৰিপাৰাত পথ দুৰ্ঘটনা

  • হাটশিঙিমাৰীৰ বেপাৰিপাৰাত পথ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত নিহত এজন কিশোৰ।
  • দ্ৰুতবেগী এখন মালভৰ্তি ট্ৰাকৰ খুন্দাত কিশোৰজনে হেৰুৱাই প্ৰাণ।
  • মৃত কিশোৰজনৰ নাম আমিৰ আলী।
  • বেপাৰীপাৰাৰ বজাৰৰ পৰা ঘৰলৈ গৈছিল প্ৰায়  ১৫ বছৰীয়া কিশোৰটি।
  • আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন।

The post হাটশিঙিমাৰীৰ বেপাৰিপাৰাত পথ দুৰ্ঘটনা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FEIzQr
via IFTTT

Comments