ধুবুৰীৰ চাপৰৰ শালকোচাত দুৰ্ঘটনা, নিহত ১

- ধুবুৰীৰ চাপৰৰ শালকোচাত দুৰ্ঘটনাত নিহত এজন।
- দ্ৰুতবেগী ডাম্পাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল মহিবুল মণ্ডল নামৰ বাইক আৰোহীজনৰ।
- মহিবুল মণ্ডলৰ ঘৰ ধীৰেৰচৰ প্ৰথম খণ্ড গাঁৱত।
- জালাল উদ্দিন নামৰ আন এজন আৰোহী আহত হয় এই দুৰ্ঘটনাত।
- ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত এই শোকাৱহ দুৰ্ঘটনা।
The post ধুবুৰীৰ চাপৰৰ শালকোচাত দুৰ্ঘটনা, নিহত ১ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2uyLkO2
via IFTTT
Comments
Post a Comment