অৰুণাচল প্ৰদেশৰ টিৰাপত এন পি পি দলৰ সমৰ্থকক গুলীয়াই হত্যা…

- অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত এন পি পিৰ সমৰ্থকক গুলীয়াই হত্যা।
- NSCN(IM)ৰ গুলীত নিহত হোৱাৰ সন্দেহ লোকজন।
- নিহত লোকজনৰ নাম জেলী আন্না।
- গুলীবিদ্ধ হৈ আহত হৈছে আন এজন লোক।
- আহত লোকজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
The post অৰুণাচল প্ৰদেশৰ টিৰাপত এন পি পি দলৰ সমৰ্থকক গুলীয়াই হত্যা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2CN1VCa
via IFTTT
Comments
Post a Comment