খোৱাঙত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত এজন
ডিজিটেল সংবাদ, মৰাণঃ মৰাণৰ সমীপৰ খোৱাঙৰ বেতনি চাৰিআলিত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন বাইক আৰোহী গুৰুতৰ ভাৱে আহত হৈছে । জানিব পৰা মতে খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত বেতনি চাৰিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় As-O6W2784 নম্বৰৰ এজন পালচাৰ বাইক আৰোহী ।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সংকট জনক অৱস্থাত অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে বাইক আৰোহীজনক। আনহাতে বৰ্তমানৰ লৈকে পৰিচয় জানিব পৰা হোৱা নাই লোকজনৰ।
The post খোৱাঙত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত এজন appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2CG68rd
via IFTTT
Comments
Post a Comment