অৱশেষত ৰঞ্জিত দাস আৰু অতুল বৰাৰ হেলিকপ্টাৰ উৰণ বাতিল…

- বেয়া বতৰৰ প্ৰভাৱ পৰিল নিৰ্বাচনী প্ৰচাৰত।
- খানাপৰাৰ পৰা নুৰিল দুখনকৈ হেলিকপ্টাৰ।
- অতুল বৰা আৰু ৰঞ্জিত দাসৰ হেলিকপ্টাৰ উৰণ বাতিল।
- গোমা বতৰৰ বাবে বাতিল কৰা হয় দুয়োখন হেলিকপ্টাৰ উৰণসূচী।
- পুৱা ৯ বজাৰ পৰা খানাপৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অপেক্ষা কৰি আছিল দুয়োগৰাকী নেতাই।
- প্রধানমন্ত্ৰীৰ সভাত উপস্থিত থাকিব নোৱাৰিব ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাস।
- গহপুৰলৈ যোৱা কথা আছিল ৰঞ্জিত দাস।
- মৰাণলৈ যোৱা সূচী আছিল অগপ সভাপতি অতুল বৰাৰ।
The post অৱশেষত ৰঞ্জিত দাস আৰু অতুল বৰাৰ হেলিকপ্টাৰ উৰণ বাতিল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2HXlISO
via IFTTT
Comments
Post a Comment