মোডীৰ আগমনৰ পূৰ্বে মহাদেৱৰ আশিস ল’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

  • পুৱাই তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত সেৱা জনালে  মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • মোডীৰ আগমনৰ পূৰ্বে মহাদেৱৰ আশিস ল’লে হিমন্ত বিশ্ব শৰ্মাই।

Image may contain: 5 people, people sitting and indoor

  • ‘প্ৰধানমন্ত্ৰী মোডীৰ আগমনৰ ফলত অসমত বিজেপিয়ে আশা কৰাতকৈ ভাল ফলাফল লাভ কৰিব।’
  • তেজপুৰত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Image may contain: 6 people, people standing and indoor

The post মোডীৰ আগমনৰ পূৰ্বে মহাদেৱৰ আশিস ল’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2TLW59O
via IFTTT

Comments