দেওবাৰে অনুষ্ঠিত হ’ব আইপিএলৰ দুখন গুৰুত্বপূৰ্ণ খেল

  • আইপিএলত দেওবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব খেল।
  • হায়দৰাবাদত অনুষ্ঠিত হ’ব দেওবাৰ প্ৰথমখন খেল।
  • দেওবাৰৰ প্ৰথম খেলখন হ’ব দুয়োটা দলৰ মাজত প্ৰথমখন মেচ।
  • ইফালে চেন্নাইত অনুষ্ঠিত হ’ব আন এখন খেল।
  • চেন্নাইৰ মেচখনত চেন্নাই ছুপাৰ কিংছ মুখামুখি হ’ব ৰাজস্থান ৰয়েলছৰ।

The post দেওবাৰে অনুষ্ঠিত হ’ব আইপিএলৰ দুখন গুৰুত্বপূৰ্ণ খেল appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2WB81xa
via IFTTT

Comments