আকৌ পুলৱামা সদৃশ কাণ্ডৰ পৰা ৰক্ষা জম্মু-কাশ্মীৰ!

- জম্মু-কাশ্মীৰত বিস্ফোৰণ।
- বনিহালৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত এই বিস্ফোৰণ।
- এখন বাহনত হয় এই বিস্ফোৰণ।
- আৰক্ষীয়ে জানিবলৈ দিয়া মতে বাহনখনৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈছে।
- বিস্ফোৰণৰ সন্দৰ্ভত বৰ্তমানেও তদন্ত অব্যাহত।

- ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হোৱাৰ লগতে উপস্থিত হৈছে সেনা বাহিনীৰ লোক।
- আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত।
- হতাহত হোৱা নাই কোনো লোক।
- উল্লেখ্য যে, কিছুসময়ৰ পূৰ্বে সেই পথেৰে পাৰ হৈ গৈছিল চি আৰ পি এফ কনভয়ৰ বাহন।
- খবৰ অনুসৰি কনভয় বাহনো কিছুপৰিমাণে ক্ষতিগ্ৰস্ত হৈছে।
- অঞ্চলটোত সেনা বাহিনীৰ কটকটীয়া নিৰাপত্তা।

The post আকৌ পুলৱামা সদৃশ কাণ্ডৰ পৰা ৰক্ষা জম্মু-কাশ্মীৰ! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Ww4BeX
via IFTTT
Comments
Post a Comment