পুৱাই জম্মু-কাশ্মীৰত যুদ্ধবিৰতি উলংঘন

- দেওবাৰে পুৱা জম্মু-কাশ্মীৰত পাক সেনাৰ যুদ্ধবিৰতি উলংঘন।
- নৌশ্বেৰা ছেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ।
- ভাৰতীয় সেনায়ো যোগ্যপ্ৰত্যুত্তৰ দিয়ে পাক সেনাক।
- বৰ্তমানলৈ কোনো লোক হতাহত হোৱা নাই।
The post পুৱাই জম্মু-কাশ্মীৰত যুদ্ধবিৰতি উলংঘন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JSMwqa
via IFTTT
Comments
Post a Comment