ৰঙিয়াৰ নেন্সী ধাবাত দেওবাৰে পুৱতিনিশা বিধ্বংসী অগ্নিকাণ্ড

  • ৰঙিয়াত দেওবাৰে পুৱতিনিশা বিধ্বংসী অগ্নিকাণ্ড।
  • পুঠিমাৰীত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • নেন্সী ধাবাত সূত্ৰপাত হৈছে অগ্নিকাণ্ডৰ।
  • জুইত জাহ গ’ল ধাবাখনৰ বহু সা-সামগ্ৰী।
  • কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ প্ৰকাশ একাংশ লোকৰ।

The post ৰঙিয়াৰ নেন্সী ধাবাত দেওবাৰে পুৱতিনিশা বিধ্বংসী অগ্নিকাণ্ড appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2I10Zxv
via IFTTT

Comments