নিমনাগড়ত বিশ্বৰ প্ৰায়বোৰ ঠাইৰ পৰা দুস্প্ৰাপ্য হোৱা বিৰল প্ৰজাতিৰ ধনেশ পখি উদ্ধাৰ
নিমনাগড়ৰ পৰা ফাৰহাদ আহমেদ লস্কৰ, নাজিৰা, ৩০মাৰ্চঃ
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ লগে লগেই মানৱ জাতিৰ আমোল পৰিৱৰ্তন হৈছে । যি সময়ত ভাৰতবৰ্ষৰ লগতে অসমতো বন ধ্বংস কৰি ফ’ৰলেন ৰাজপথ তথা ম’বাইল ফোনৰ টাৱাৰ সমূহ সংস্থাপিত কৰাৰ ফলত জীৱ-জন্তু, পশু-পখিলৈ অনাসাৰে বিপদ কঢ়িয়াই আনিছে । থিক তেনেস্থলত পৃথিৱীৰ প্ৰায়বোৰ ঠাইতে সৌন্দৰ্য্যমই নানা ধৰণৰ পখি সমূহ নিঃশেষ হ’ব ধৰিছে । নাজিৰা মহকুমা ঊৰ্ধত থকা নিমনাগড়ত বিশ্বৰ প্ৰায়বোৰ ঠাইৰ পৰা দ্ৰুত গতিত দুস্প্ৰপ্য হোৱা এটা প্ৰকাণ্ড বিৰল প্ৰজাতিৰ ধনেশ পখি আজি উদ্ধাৰ হোৱা ঘটনাই অঞ্চল জুৰি ৰাইজৰ মাজত প্ৰতিক্ৰীয়া সৃষ্টি কৰাৰ লগতে ৰাইজে পখিটো চাবলৈ উৎসাহিত হৈ পৰিছে । এজোপা বনৰীয়া গছত বহি গুটি ভক্ষণ কৰি আঘাতপ্ৰাপ্ত অৱস্থাত থকা সৌন্দৰ্য্যমই ধনেশ পখিটো স্থানীয় কেইজনমান উদীয়মান সচেতন যুৱকে প্ৰত্যক্ষ কৰি নিজা প্ৰচেষ্টাত দুস্প্ৰাপ্য চাৰিটা ৰংঙৰ প্ৰকাণ্ড বিৰল প্ৰজাতিৰ পখিটো উদ্ধাৰ কৰে । ঠাইভেদে ইয়াৰ কেইবাটাও প্ৰজাতি দেখিবলৈ পোৱা যায় । য’ত স্থানীয় ৰাইজে পখিটো চাবৰ বাবে আহি ভিৰ কৰেহি । অৱশেষত ৰাইজৰ সহযোগত যুৱক কেইজনে বিশ্বৰ পৰা ক্ৰমাৎ নিঃশেষ হ’ব ধৰা দুস্প্ৰাপ্য বিৰল প্ৰজাতিৰ সৌন্দৰ্য্যমই ধনেশ পখিটো সংৰক্ষণ আৰু চিকিৎসাৰ সকে স্থানীয় বন বিভাগক গতাই দিয়ে ।

The post নিমনাগড়ত বিশ্বৰ প্ৰায়বোৰ ঠাইৰ পৰা দুস্প্ৰাপ্য হোৱা বিৰল প্ৰজাতিৰ ধনেশ পখি উদ্ধাৰ appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2Ulizmu
via IFTTT
Comments
Post a Comment