যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাসত আত্মহত্যা সমাজ তত্ত্ব বিভাগৰ ছাত্ৰীৰ

- যোৰহাট মহাবিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা।
- ছাত্ৰী নিৱাসত আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে।
- জয়শ্ৰী ডেকা নামৰ এগৰাকী ছাত্ৰীয়ে কৰিলে আত্মহত্যা।
- ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।
- ছাত্ৰীগৰাকীয়ে চতুৰ্থ ষান্মাসিক অধ্যয়ন কৰি আছে বুলি জানিব পৰৈ গৈছে।
- সমাজ তত্ত্ব বিভাগৰ ছাত্ৰী জয়শ্ৰী ডেকা।
- ছাত্ৰীগৰাকীৰ ঘৰ শোণিতপুৰৰ চাৰিদুৱাৰত।
- চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে ছাত্ৰীগৰাকীৰ মৃতদেহ।
- ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী-দণ্ডাধীশ।
- মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে মৃতদেহ।
The post যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাসত আত্মহত্যা সমাজ তত্ত্ব বিভাগৰ ছাত্ৰীৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2CJVU9u
via IFTTT
Comments
Post a Comment