হিমাচলপ্ৰদেশত তুষাৰপাত, বৰফ আঁতৰোৱাত ব্যস্ত প্ৰশাসন…

- হিমাচল প্ৰদেশত বৰফ আঁতৰোৱা অভিযান প্ৰশাসনৰ।
- কিৰ্টিগ আৰু লাহোৱাল-স্পিটি জিলাৰ পথ সমূহৰ পৰা আঁতৰোৱা হৈছে বৰফ।
- কিছুদিন ধৰি ৰাজ্যখনত তুষাৰপাত অব্যাহত আছে।
- ফলত বহু সমস্যাৰ সন্মুখীন হৈছে সৰ্বসাধাৰণ।
The post হিমাচলপ্ৰদেশত তুষাৰপাত, বৰফ আঁতৰোৱাত ব্যস্ত প্ৰশাসন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2U8pPTy
via IFTTT
Comments
Post a Comment