লোকসভা নিৰ্বাচনত পল্লৱলোচন দাসক ভোট নিদিয়ে কোঁচ-ৰাজবংশী ৰাইজে!

- আগন্তুক লোকসভা নিৰ্বাচনত শোণিতপুৰত ভোট বৰ্জন কৰিব জিলা কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাই।
- দেওবাৰে বালিপৰাত অনুষ্ঠিত জিলা কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ নৱম বাৰ্ষিক অধিৱেশনত লোৱা হয় এই সিদ্ধান্ত।
- এই সিদ্ধান্তৰ কথা ঘোষণা কৰিলে জিলা সভাপতি বিক্ৰম দাসে।
- তেজপুৰৰ বিজেপি প্ৰাৰ্থী পল্লৱলোচন দাসক ভোট নিদিবলৈ আহ্বান কোঁচ-ৰাজবংশী ৰাইজক।
- যাৰ বাবে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে পল্লৱলোচন দাস।
The post লোকসভা নিৰ্বাচনত পল্লৱলোচন দাসক ভোট নিদিয়ে কোঁচ-ৰাজবংশী ৰাইজে! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JRMFdf
via IFTTT
Comments
Post a Comment