মনোনয়ন দাখিলৰ দিশে অমিত শ্বাহ, LIVE

  • আজি গুজৰাটৰ গান্ধীনগৰত মনোনয়ন দাখিল কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে।
  • হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰাৰ দিশে শ্বাহে।
  • মনোনয়ন দাখিল কৰাৰ পূৰ্বে আহমেদাবাদত বিশাল ৰ’ড শ্ব’ত অংশ লৈছে শ্বাহে।
  • ৰ’ড শ্ব’ত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, শিৱসেনা প্ৰধান উদ্ধৱ থাকৰে।

लाइव : जनसभा (गांधीनगर)

Amit Shah ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಶುಕ್ರವಾರ, ಮಾರ್ಚ್ 29, 2019

 

The post মনোনয়ন দাখিলৰ দিশে অমিত শ্বাহ, LIVE appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YC8Oj2
via IFTTT

Comments