আকৌ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য…

- শনিবাৰে বৃদ্ধি পালে পেট্ৰ’লৰ দাম।
- প্ৰতিলিটাৰ পেট্ৰ’লত ৫ পইচাকৈ বৃদ্ধি।
- গুৱাহাটীত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৭২.৪৪ টকা।
- পেট্ৰ’লৰ মূল্য বৃদ্ধি পোৱাৰ বিপৰীতে ৮ পইচাকৈ হ্ৰাস পালে ডিজেলৰ মূল্য।
- গুৱাহাটীত শনিবাৰে প্ৰতিলিটাৰ ডিজেলৰ দাম ৬৬.৭০ টকা।
The post আকৌ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OCYWkM
via IFTTT
Comments
Post a Comment