গহপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ ভাষণ LIVE

  • গহপুৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰিছে ভাষণ
  • অসমীয়াতে ভাষণ আৰম্ভ কৰিলে মোডীয়ে।
  • বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে মোডীয়ে।
  • গহপুৰৰ বৰঙাবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভা।
  • উপস্থিত হৈয়ে স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি।

 

The post গহপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ ভাষণ LIVE appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2V7lNaf
via IFTTT

Comments