গান্ধীনগৰত অমিত শ্বাহে দাখিল কৰিলে মনোনয়ন…

  • অমিত শ্বাহে প্ৰদান কৰিলে মনোনয়ন পত্ৰ।
  • গান্ধীনগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব এইবাৰ নিৰ্বাচনত।
  • বিশাল ৰ’ড শ্ব’ৰে মনোনয়ন দিবলৈ গৈছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী।

  • তেওঁক সংগ দিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেয়ে।
  • মনোনয়ন পত্ৰ দিবলৈ যোৱা সময়ত তেওঁক সংগ দিছিল পুত্ৰই।

The post গান্ধীনগৰত অমিত শ্বাহে দাখিল কৰিলে মনোনয়ন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2U5si0Y
via IFTTT

Comments