অন্ধ্ৰপ্ৰদেশত টিডিপিৰ নিৰ্বাচনী সভা, পশ্চিমবংগ আৰু দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কৰিব অংশগ্ৰহণ

  • দেওবাৰে অন্ধ্ৰপ্ৰদেশৰ বিশ্বাখাপট্টনমত টিডিপিৰ নিৰ্বাচনী সভা।
  • কিছু সময় পাছত অনুষ্ঠিত হয় এই সভা।
  • সভাত অংশ ল’ব পশ্চিমবংগ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী।

  • ‘আমি অন্ধ্ৰপ্ৰদেশৰ ৰাইজৰ আশা-আকাংক্ষা তথা মোডী চৰকাৰে ৰাজ্যবাসীক কৰা বিশ্বাসঘাতকতাৰ বিষয়টো তুলি ধৰিম।’
  • এই মন্তব্য টিডিপি মুখপাত্ৰ লংকা দিনাকৰৰ।
  • ইফালে নিৰাপত্তা বেষ্টনীও কটকটীয়া কৰি তোলা হৈছে।

The post অন্ধ্ৰপ্ৰদেশত টিডিপিৰ নিৰ্বাচনী সভা, পশ্চিমবংগ আৰু দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কৰিব অংশগ্ৰহণ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2UltoVA
via IFTTT

Comments