অন্য দলে ৰাইজৰ পৰা সুবিধা আদায় কৰে, আমি সেৱা কৰোঃ অৰুণাচলত প্ৰধানমন্ত্ৰী মোডী, LIVE

- অৰুণাচলত আল’ৰ জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
- সভাত উপস্থিত আছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, কিৰেণ ৰিজিজু।
- সভাত প্ৰধানমন্ত্ৰীয়ে ভাষণৰ প্ৰসংগত ক’লে-
- ‘ দেশৰ বিকাশৰ গতি অৰুণাচলৰ পৰাই আৰম্ভ হৈছে।’
- ‘বগীবিলৰ দলঙৰ কাম আমিয়েই সম্পূৰ্ণ কৰিছো’
- ‘স্বাধীনতাৰ ৬০ দশকৰ পাছত বিমান সেৱাৰি দ্ৰুত বিকাশ হৈছে।’
- প্ৰধানমন্ত্ৰীৰ প্ৰায় ২৯ মিনিট জোৰা ভাষণৰ ভিডিঅ’
Immense support for BJP in Arunachal Pradesh. Watch my speech at Aalo.
Immense support for BJP in Arunachal Pradesh. Watch my speech at Aalo.
Narendra Modi ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಶುಕ್ರವಾರ, ಮಾರ್ಚ್ 29, 2019
The post অন্য দলে ৰাইজৰ পৰা সুবিধা আদায় কৰে, আমি সেৱা কৰোঃ অৰুণাচলত প্ৰধানমন্ত্ৰী মোডী, LIVE appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FLmeSz
via IFTTT
Comments
Post a Comment