দেওবাৰে দাক্ষিণাত্যলৈ যাব ৰাহুল গান্ধী

  • দেওবাৰে দাক্ষিণাত্যলৈ যাব ৰাহুল গান্ধী।
  • নিৰ্বাচনী ৰণশিঙা বজাব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষজনে।
  • অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাৰ কল্যাণদুৰ্গ আৰু বিজয়ৱাড়াত বিশাল সভাত অংশ ল’ব তেওঁ।
  • বিজয়ৱাড়াৰ মাকিনেনি বাসৱপুন্নাইয়া ষ্টেডিয়ামত নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে।
  • নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছতে পুনৰ দিল্লীলৈ উভতিব কংগ্ৰেছ অধ্যক্ষগৰাকী।

The post দেওবাৰে দাক্ষিণাত্যলৈ যাব ৰাহুল গান্ধী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JOl8cG
via IFTTT

Comments