উগ্ৰতাৰা দেৱালয়ৰ চুৰি বিগ্ৰহ বিচাৰি ক্ৰাইম ব্ৰাঞ্চৰ অভিযান

  • উগ্ৰতাৰা দেৱালয়ৰ চুৰি হোৱা বিগ্ৰহৰ সন্ধান বিচাৰি অভিযান।
  • মহানগৰীৰ ছাবিপুলত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান।
  • ছাবিপুলৰ কাৱাৰীৰ দোকানত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান।
  • দোকানৰ কৰ্মচাৰী আৰু অভিযুক্তক লগত লৈ অভিযান চলালে ক্ৰাইম ব্ৰাঞ্চে।
  • ১৫ নৱেম্বৰত চোৰে লুটিছিল দেৱালয়ৰ মূল বিগ্ৰহ।
  • বৰ্তমালৈকে ঘটনাত জড়িতৰ অভিযোগত ৮জনক গ্ৰেপ্তাৰ।

The post উগ্ৰতাৰা দেৱালয়ৰ চুৰি বিগ্ৰহ বিচাৰি ক্ৰাইম ব্ৰাঞ্চৰ অভিযান appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zuX5bc
via IFTTT

Comments