জম্মু-কাশ্মীৰ পুলৱামাত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ২ সন্ত্ৰাসবাদী

  • জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি ।
  • নিৰাপত্তাৰক্ষীৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী।
  • অৱন্তীপুৰা অঞ্চলত নিৰাপত্তাৰক্ষীৰ অভিযানত নিহত হয় সন্ত্ৰাসবাদী দুটা।
  • এই অভিযানত নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰে বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও।
  • নিহত সন্ত্ৰাসবাদী দুটা চিনাক্ত কৰিব পৰা হোৱা নাই। ‍

The post জম্মু-কাশ্মীৰ পুলৱামাত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ২ সন্ত্ৰাসবাদী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zrfzJC
via IFTTT

Comments